ঘৰ সম্বন্ধিত বাৰ্তালাপ শিকক
try Again
Tip1:hello
Lesson 29
ঘৰ সম্বন্ধিত বাৰ্তালাপ শিকক
উপায়
=
\'House\' এটা বিল্ডিং, কিন্তু \'home\' সেই ঠাই য'ত আপুনি পৰিয়ালৰ লগত থাকে.

\'Home\' ফ্লেট, এপার্টমেন্ট, বঙলা- যিকোনো হ'ব পাৰে.
=
This=এই
house=ঘৰ
has=-ত অাছে
6=
How many=কিমান
rooms=কোঠা
does=
this house=এই ঘৰ
'এই ঘৰত চাৰিটা কোঠা আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
This house have 4 rooms
This house has 4 room
This house has 4 rooms
This house having 4 rooms
This=এই
house=ঘৰ
has=ত অাছে
1=
এই ঘৰত চাৰিটা কোঠা আছে.
    • house
    • this
    • has
    • four
    • rooms.
    • room.
    My=মোৰ
    mother=আই/ মা
    cooks=ৰান্ধে
    in=-ত
    ইংৰাজীলৈ অনুবাদ কৰক.
    কোঠা
    ইংৰাজীলৈ অনুবাদ কৰক.
    ৰান্ধনি কোঠা
    We=আমি
    watch=চাওঁ
    TV=TV
    in=-ত
    ইংৰাজীলৈ অনুবাদ কৰক.
    খোৱা কোঠা
    We=অামি
    eat=খাওঁ
    in=-ত
    'মই ৰান্ধনি ঘৰত খাদ্য ৰান্ধোঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    I shower in the bathroom.
    I sleep in my room.
    I cook in the kitchen.
    I watch TV in the living room.
    'মই খোৱা কোঠাত খাওঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    I eat in the dining room.
    I sleep in my room.
    I cook in the kitchen.
    I watch TV in the living room.
    'মই বহা কোঠাত টি.ভি. চাওঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    I watch TV with the living room.
    I watch TV on the living room.
    I watch TV at the living room.
    I watch TV in the living room.
    উপযুক্ত শব্দ বাছক.
    I cook ______
    at
    on
    'বাথৰুম ক'ত আছে?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    Where is the kitchen?
    Where is the dining room?
    Where is the garden?
    Where is the bathroom?
    ৰান্ধনি কোঠা ক'ত আছে?
    • are
    • is
    • the
    • kitchen?
    • where
    • a
    'এই ঘৰত কেইটা বাথৰুম আছে?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    How much bathrooms does this house have?
    How many bathroom does this house have?
    How many bathrooms does this house have?
    How many bathrooms do this house have?
    'এই ঘৰত দুটা বাথৰুম আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    There is 2 bathrooms in this house.
    There are 2 bathrooms in this house.
    There are 2 kitchens in this house.
    There are 2 bathrooms in house.
    'এই ঘৰটোত এটা ৰান্ধনি কোঠা আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    There are 1 kitchen in this house.
    There is 1 bathroom in this house.
    There is 1 kitchen in this house.
    There are 2 bathrooms in this house.
    উপযুক্ত শব্দ বাছক.
    ______
    There
    Are
    উপযুক্ত শব্দ বাছক.
    There is one kitchen ______
    at
    in
    on
    'দুৱাৰ/দৰ্জা' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    Window
    Door
    Chair
    Table
    'খিড়িকী' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    Window
    Door
    Chair
    Table
    অডিঅ' শুনি অসমীয়াত শুদ্ধ অনুবাদ বাছক. 'This living room has 3 windows.' ;
    এই ৰান্ধনি কোঠাত তিনিখন খিড়িকী আছে.
    এই খোৱা কোঠাত তিনিখন খিড়িকী আছে.
    এই বহা কোঠাত তিনিখন দর্জা আছে.
    এই বহা কোঠাত তিনিখন খিড়িকী আছে
    ইংৰাজীলৈ অনুবাদ কৰক
    মোৰ আইয়ে/মায়ে বহা কোঠাত টি.ভি. চায়.
    ইংৰাজীলৈ অনুবাদ কৰক
    মোৰ কোঠাত দুখন দর্জা আছে
    ইংৰাজীলৈ অনুবাদ কৰক
    আমাৰ বহা কোঠাটো বহুত ডাঙৰ
    ইংৰাজীলৈ অনুবাদ কৰক
    আমাৰ ৰান্ধনি কোঠাটো বহুত সৰু
    ইংৰাজীলৈ অনুবাদ কৰক
    এইটো আপোনাৰ কোঠা নেকি?
    ইংৰাজীলৈ অনুবাদ কৰক
    এই ৰান্ধনি কোঠাটো ভাল নহয়
    'চকী' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    Chair
    Table
    Window
    Door
    'বিচনা' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    chair
    bed
    table
    door
    'মোৰ কিতাপবোৰ মেজত আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    My books are on the table.
    My books are on the chair.
    My books are on the bed.
    My books are in the kitchen.
    'আমি চকীত বহো' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    We sit on the table
    We sit on the bed
    We sit in the kitchen
    We sit on the chair
    'মই নিজৰ বিচনাত শোওঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    I sleep on my table.
    I sleep on my bed.
    I sleep in my kitchen.
    I sleep on my chair.
    এইখন আপোনাৰ বিচনা নেকি?
    • are
    • is
    • this
    • bed?
    • your
    • a
    আমি চকীত বহো.
    • we
    • are
    • on
    • the
    • chair.
    • sit
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ