Prepositions of place: in, on, at ৰ মাজৰ পাৰ্থক্য আৰু ইয়াৰ শুদ্ধ ব্যৱহাৰ শিকক
try Again
Tip1:hello
Lesson 30
Prepositions of place: in, on, at ৰ মাজৰ পাৰ্থক্য আৰু ইয়াৰ শুদ্ধ ব্যৱহাৰ শিকক
উপায়
=
যদি কোনো বস্তু শাৰীৰিক বা অবয়বীয় ৰুপত কোনো ঠাইৰ ভিতৰত থাকে, তেতিয়া আমি 'in' ব্যৱহাৰ কৰো.


'on' তেতিয়া ব্যৱহাৰ কৰো যেতিয়া কোনো বস্তু আন কোনো বস্তুৰ ওপৰত থাকে

at: যদি কোনো বস্তু নির্দিষ্ট বিন্দু বা স্থানত থাকে. তেতিয়া 'at' ব্যৱহাৰ কৰো.
=
'মই ত থাকো.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
I live in .
I live on .
I live at .
I live under .
ইংৰাজীলৈ অনুবাদ কৰক.
মই ভাৰতত থাকো.
'মোৰ কিতাপবোৰ মেজত আাছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
My books are on the table.
My books are on the chair.
My books are on the bed.
My books are in the kitchen.
উপযুক্ত শব্দ বাছক.
My books are ______
on
it
at
উপযুক্ত শব্দ বাছক.
My books are ______
in
on
at
ইংৰাজীলৈ অনুবাদ কৰক
মেজত/ টেবুলত
ইংৰাজীলৈ অনুবাদ কৰক
কোঠাত
'তাই বাছ আস্থানত আছে' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
She is in the bus stop.
She is on the bus stop.
She is at the bus stop.
She is under the bus stop.
'মই ঘৰত আছোঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
I am in home.
I am at home.
I am on home.
I am under the home.
ইংৰাজীলৈ অনুবাদ কৰক.
মই ঘৰত আ্ছোঁ.
তাই বাচ ষ্টপত আছে.
    • she
    • on
    • is
    • the
    • bus stop.
    • at
    'আমি চকীত বহোঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    We sit on the table
    We sit on the bed
    We sit in the kitchen
    We sit on the chair
    'তাই চকীত বহি আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    She is sitting in the chair.
    She is sitting at the chair.
    She is sitting inside the chair.
    She is sitting on the chair.
    'মই নিজৰ বিচনাত শোওঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
    I sleep in my bed.
    I sleep on my bed.
    I sleep at my bed.
    I sleep on my chair.
    ইংৰাজীলৈ অনুবাদ কৰক
    চকীত
    ইংৰাজীলৈ অনুবাদ কৰক
    বিচনাত
    উপযুক্ত শব্দ বাছক
    I sleep ______
    in
    at
    on
    উপযুক্ত শব্দ বাছক.
    She is sitting ______
    in
    at
    on
    'মোৰ কিতাপবোৰ ৰোমৰ ভিতৰত মেজৰ ওপৰত আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    My books are on the table in the living room.
    My books are in the table in the living room.
    My books are in the table on the living room.
    My books are on the table on the living room.
    'মোৰ ককাই চকীত বহিবলৈ ভাল পায়.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    My grandfather likes to sit in the chair
    My grandfather likes to sit at the chair
    My grandfather likes to sit on the chair
    My grandfather likes to sit on the table.
    'মোৰ আইয়ে/ মায়ে ৰান্ধনি কোঠাত খাদ্য ৰান্ধে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    My mother cooks in this kitchen.
    My mother cooks on this kitchen.
    My mother cooks this kitchen.
    My mother cooks at this kitchen.
    'মই বিমান বন্দৰত আছোঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    I am in the airport.
    I am at the airport.
    I am on the airport.
    I am under the airport.
    'কিতাপবোৰ মাটিত আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    The book is in the floor.
    The book is on the floor.
    The book is at the floor.
    The book is under the floor.
    ' নিজৰ কোঠাত আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    is at his room.
    is on his room.
    is in his room.
    is under his room.
    ' সি/তেওঁ কামত আছে নেকি?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    Is he in work?
    Is he on work?
    Is he at work?
    Are you at work?
    বিমান বন্দৰত আছে নেকি?
    • on
    • is
    • the
    • airport?
    • at
    মই ঘৰত নাই
    • at home.
    • to
    • in
    • not
    • I
    • am
    শুনক
    : Hi mom, I am going to school.
    Where are my books?
    হাই আই (মা). মই বিদ্যালয়লৈ গৈ আছোঁ.
    মোৰ কিতাপবোৰ ক'ত আছে?


    Mom: They are in your room, on the table.
    সেইবোৰ তোমাৰ কোঠাত আছে.


    : Thanks mom! Bye!
    ধন্যবাদ আই (মা) ! বিদায় !


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ