'আপুনি ক'ত থাকে?' শুধিবলৈ শিকক
try Again
Tip1:hello
Lesson 33
'আপুনি ক'ত থাকে?' শুধিবলৈ শিকক
আপুনি য'ত থাকে, সেই ঠাইৰ নাম টাইপ কৰক আৰু ‘continue'-ত ক্লিক কৰক.
I=মই
live=থাকোঁ
in=-ত
'মই ত থাকোঁ.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
I live at
I live in the
I live in
I live in a
ইংৰাজীলৈ অনুবাদ কৰক.
মই দিল্লীত থাকোঁ.
উপযুক্ত শব্দ বাছক.
I ______
lives
be live
live
am live
'আপুনি ত থাকে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
You live in in .
You are living in in .
You lives in in .
You live in in a .
উপযুক্ত শব্দ বাছক.
You ______
live
is
lives
are live
She=তাই
lives=থাকে
in=-ত
উপযুক্ত শব্দ বাছক.
______
lives
does lives
live
is lives
'তেওঁ ৰ ওচৰত থাকে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
He is lives near .
She lives near .
She is living near .
He lives near .
উপযুক্ত শব্দ বাছক
______
She
They
He
ইংৰাজীলৈ অনুবাদ কৰক.
তেওঁলোক দিল্লীত থাকে.
উপায়
=
‘Live' ৰ ৰুপ
I, we, you, they -> live.
=
He, she, it -> lives.
Where=ক'ত
do=(কৰ)
you=আপুনি
উপায়
Where do you live? = আপুনি ক'ত থাকে?
ইংৰাজীত প্রশ্নৰ গঠন:

প্রশ্নবোধক + সহায়ক ক্রিয়া (do/does) +বিশেষণ + মুখ্য ক্রিয়া

প্রশ্নবোধক = where (ক'ত)

সহায়ক ক্রিয়া = do (কৰা)

বিশেষণ = you (অপুনি)

মুখ্য ক্রিয়া = live (থকা).
=
'অপুনি ক'ত থাকে?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. ;
Where do you live?
Where are you live?
How do you live?
Where from you live?
ইংৰাজীলৈ অনুবাদ কৰক
ক'ত?
আপোনাৰ মাতৃ পিতৃ ক'ত থাকে?
    • do
    • where
    • your
    • are
    • live?
    • parents
    Where=ক'ত
    does=(কৰা)
    she=তাই
    উপায়
    Where does she live? = তাই ক'ত থাকে?
    Not

    Where does she lives?

    প্রশ্ন সোধাৰ সময়ত আমি মুখ্য ক্রিয়া (live) ক সলনি নকৰো কিন্তু সহায়ক ক্রিয়া (do/does) ক সলনি কৰো.
    =
    উপযুক্ত শব্দ বাছক.
    Where ______
    do
    does
    is
    উপযুক্ত শব্দ বাছক
    Where does ______
    live
    lives
    living
    ' ক'ত থাকে?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
    Where do Mr. live?
    Where is Mr. live?
    Where does Mr. live?
    Where does Mr. lives?
    উপায়
    Where does he live? = তেওঁ ক'ত থাকে?
    Not

    Where does he lives?

    প্রশ্ন সোধাৰ সময়ত আমি মুখ্য ক্রিয়া (live) ক সলনি নকৰোঁ কিন্তু সহায়ক ক্রিয়া (do/does) ক সলনি কৰোঁ.
    =
    উপযুক্ত শব্দ বাছক.
    Where do Mr. and Mrs. ______
    live
    lives
    living
    উপায়
    =
    I, we, you, they -> Where do + subject + live
    she, he, it -> Where does + subject + live.
    =
    উপযুক্ত শব্দ বাছক.
    Where ______
    do
    does
    are
    ইংৰাজীলৈ অনুবাদ কৰক
    তেও ক'ত থাকে?
    সংলাপ শুনক
    : Good morning! How are you?
    : সুপ্রভাত, আপুনি কেনে আছে?


    : Hey, I am fine. Thank you.
    : হেই! মই ভালে আছো. ধন্যবাদ.


    : Where do you work?
    : অাপুনি ক'ত কাম কৰে?


    : I work at a school.
    : মই এখন বিদ্যালয়ত কাম কৰোঁ.


    : Where do you live?
    : অাপুনি ক'ত থাকে?


    : I live in
    : মই ত থাকো


    : Do you speak English?
    : অাপুনি ইংৰাজী কয়নে?


    : Yes, I speak English and
    : হয়, মই ইংৰাজী আৰু কওঁ.


    শেষৰ সংলাপখিনিলৈ ধ্যান ৰাখি শুদ্ধ উত্তৰ বাছক. ' ক'ত থাকে?' ;
    In
    In China
    At a school
    At a bank
    Where=ক'ত
    in=-ত
    =
    do=(কৰা)
    সংলাপ শুনক
    : Hi, Where do you live?
    : হাই ! আপুনি ক'ত থাকে?


    : Hey, I live in .
    :হেই ! মই ত থাকো.


    : Where in do you live?
    : ত আপুনি ক'ত থাকে?


    : I live in - in .
    : মই ত থাকো - ত.


    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ