Prepositions of place 3: 'এইটো কি?' শুধিবলৈ শিকক
try Again
Tip1:hello
Lesson 38
Prepositions of place 3: 'এইটো কি?' শুধিবলৈ শিকক
There=
is=অাছে
a bank=এটা বেংক
across=সিপাৰত
উপায়
Across the street. = ৰাস্তাৰ সিপাৰে.
There is a bank across the street. = ৰাস্তাৰ সিপাৰে এটা বেংক আছে.
' সিপাৰে' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
Behind
Across
Under
Near
অ'ডিঅ শুনি অসমীয়াত শুদ্ধ অনুবাদ বাছক. 'There is a bank across the street from my house.' ;
মোৰ ঘৰৰ পিছফালে এটা বেংক আছে.
মোৰ ঘৰৰ তলত এটা বেংক আছে.
মোৰ ঘৰৰ ৰাস্তাৰ সিপাৰে এটা বেংক আছে.
নোৰ ঘৰৰ ভিতৰত এটা বেংক আছে.
অ'ডিঅ শুনি অসমীয়াত শুদ্ধ অনুবাদ বাছক. 'There is a supermarket across from my house.' ;
মোৰ ঘৰৰ কাষত এখন চুপাৰ মার্কেট আছে.
মোৰ ঘৰৰ পিছফালে এখন চুপাৰ মার্কেট আছে.
মোৰ ঘৰৰ ৰাস্তাৰ সিপাৰত এখন চুপাৰ মার্কেট আছে.
মোৰ ঘৰৰ সন্মুখত এখন চুপাৰ মার্কেট আছে.
ইংৰাজীলৈ অনুবাদ কৰক.
সিপাৰত
ইংৰাজীলৈ অনুবাদ কৰক.
চুপাৰ মার্কেট.
উপায়
There is a bank on this street. = এই গলিত এটা বেংক আছে
1. বহু লোকে 'on the street' ৰ ঠাইত 'in the street' ও ব্যৱহাৰ কৰে.
Is there a bank on this street? = এই গলিত এটা বেংক আছে নেকি?
2.প্রশ্ন 'Is there' ৰে আৰম্ভ হয়.
ইংৰাজীলৈ অনুবাদ কৰক.
এই গলিত এখন চুপাৰ মার্কেট আছে.
উপায়
Is there a bank on this street? = এই গলিত কোনো (এটা) বেংক আছে নেকি?
Are there any banks on this street? = এই গলিত বেংক আছে নেকি?? (any
একাধিক বেংকৰ বাবে প্রস্ন 'are there' ৰে আৰম্ভ হয়.
'এইখন চহৰত কোনো ভাল ৰেস্টোৰেন্ট আছে নেকি?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
Is there any good restaurants in this city?
Are there any good restaurants in this city?
Are their any good restaurants in this city?
Are they any good restaurants in this city?
'মোৰ ঘৰৰ কাষত এখন বহুত ভাল ৰেস্টোৰেন্ট আছে' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
There is a great restaurant across from my house
There is a great mall next to my house
There is a great restaurant behind my house
There is a great restaurant next to my house
'মোৰ চুবুৰিত এখন বহুত ভাল ৰেস্টোৰেন্ট আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
There are two great restaurants in my neighborhood.
There are no great restaurants in my neighborhood.
There are a great restaurants in my neighborhood.
There is a great restaurant in my neighborhood.
There=তাত
is=অাছে
a mall=এটা মল
behind=পিছফালে
ইংৰাজীলৈ অনুবাদ কৰক.
চুপাৰ মার্কেট.
There=তাত
is=অাছে
a mall=এটা মল
behind=পিছফালে
' শ্রেণীত মোৰ পিছফালে বহে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
sits behind me in the class.
sits next to me in the class.
sits in front me in the class.
sits at my backside in the class.
মোৰ ঘৰৰ পিছফালে এটা মন্দিৰ আছে.
    • is
    • there
    • temple
    • a
    • behind
    • my house.
    মোৰ ঘৰৰ কাষত এটা মল আছে.
    • is
    • mall
    • there
    • a
    • near
    • my house.
    মোৰ ঘৰৰ কাষত ৫টা মল আছে.
    • there is
    • malls
    • there are
    • 5
    • near
    • my house.
    শ্রেণীত ৰ সন্মুখত বহে.
    • the class.
    • sits
    • in front of
    • in
    'সন্মুখত' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
    Behind
    In front
    Under
    Near
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    sits ______
    next
    behind
    under


    ফটো চাই শুদ্ধ বিকল্প বাছক.
    The pen is under the notepad.
    The pen is next to the notepad.


    ফটো চাই শুদ্ধ বিকল্প বাছক.
    The red pen is in between the green pen and the black pen.
    The red pen is under the green pen and the black pen.
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    sits ______
    between
    in front
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    ______
    Are there
    There
    Is there
    ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).
    ______
    Is there
    There
    There are
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    ______
    There aren't
    There isn't
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    ______
    Is there
    There are
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    ______
    There is
    There are
    Is
    'মাজত' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
    Behind
    Between
    Under
    Near
    'মন্দিৰ অাৰু বেংকৰ মাজত এখন কিতাপৰ দোকান আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
    There is a bookstore behind the temple and the bank.
    There is a book store across from the temple and the bank.
    There is bookstore between the temple and the bank.
    There is a bookstore under the temple and the bank.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ