Shopping সম্বন্ধিত বাৰ্তালাপ শিকক
try Again
Tip1:hello
Lesson 43
Shopping সম্বন্ধিত বাৰ্তালাপ শিকক
Can=কৰিব পাৰোঁ
I=মই
help=সহায়
উপায়
Can I help you? = মই আপোনাক সহায় কৰিব পাৰোঁ নেকি?
Can কোনো কাম কৰাৰ ক্ষমতা বুজায়.
Can I help you? = মই আপোনাক সহায় কৰিব পাৰোঁনেকি?
=
ইংৰাজীলৈ অনুবাদ কৰক
সহায়
ইংৰাজীলৈ অনুবাদ কৰক.
মই আপোনাক সহায় কৰিব পাৰোঁ নেকি?
সংলাপ শুনক
Vendor: Can I help you?
বিক্রেতা : মই আপোনাক সহায় কৰিব পাৰোঁ নেকি?


: Yes, I want a packet of chips.
: হয়, মোক এক পেকেট চিপচ্ লাগে.


'I want a packet of chips.' ৰ অসমীয়াত অনুবাদ কি হ'ব?;
মই চিপচ্ খাম.
মোক এক পেকেট চিপচ্ লাগে.
মোক এক পেকেট গাখীৰ লাগে.
মোক এক কিলো ফল লাগে.
উপায়
I want = মোক লাগে/ মই বিচাৰো
I would like = মই বিচাৰিম/ মই পালে ভাল পাম
'I would like' অনুৰোধ কৰাৰ বেছি বিনম্র ধৰণ.
I would like= মই বিচাৰিম/ মই পালে ভাল পাম
a=এটা
'I would like a pack of ice cream.' ৰ অসমীয়াত অনুবাদ কি হ'ব?
মই বিচাৰিম/ (মই পালে ভাল পাম) এপেকেট অাইচ ক্রীম.
মই বিচাৰিম/ (মই পালে ভাল পাম) এপেকেট চিপচ্.
সংলাপ শুনি, সেই দোকানৰ নাম বাছক, য'ত এইয়া কোৱা হৈছে : 'Can I help you?
Yes, I would like some milk please.'
;
Fish Market
Dairy
Florist's Store
Butcher's Market
সংলাপ শুনি, সেই দোকানৰ নাম বাছক, য'ত এইয়া কোৱা হৈছে : 'Can I help you?
Yes! I would like a packet of chips please.'
;
Grocery Store
Butcher's Market
Book Store
Vegetable Market
সংলাপ শুনি, সেই দোকানৰ নাম বাছক, য'ত এইয়া কোৱা হৈছে. 'Can I help you?
Yes! I would like to buy some onions and some tomatoes.'
;
Butcher's Market
Fish Market
Vegetable Market
Book Store
সংলাপ শুনি, সেই দোকানৰ নাম বাছক, য'ত এইয়া কোৱা হৈছে : 'Hello! I would like some red roses please.' ;
Florist
Butcher's Market
Book Store
Fish Market
Can=কৰিব পৰা
I=মই
have=পোৱা
some=অলপমান
উপায়
Can I have some red roses? = মই অলপ ৰঙা গোলাপ পাব পাৰোঁনে?
Can I have some oranges? = মই অলপ সুমথিৰা পাব পাৰোঁনে?
Can I have? = মই পাব পাৰোঁনে?
সংলাপ শুনি, সেই দোকানৰ নাম বাছক, য'ত এইয়া কোৱা হৈছে. 'Can I have some meat please?' ;
Butcher's Market
Vegetable Market
Book Store
Florist
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Can I ______
Has
have
am have
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I ______
would
want
have
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I would like ______
a
little
am
উপায়
I would like a packet of chips. = মই এক পেকেট চিপচ পালে ভাল পাম.
1 = a/an/one
I would like some chips. = মই অলপ চিপচ পালে ভাল পাম.
>1 = Some
সংলাপ শুনি, সেই দোকানৰ নাম বাছক, য'ত এইয়া কোৱা হৈছে. 'Can I have some cough syrup please?' ;
Medical Store
Florist
Fish Market
Butcher's Market
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক
Can I ______
am help you?
help you?
helps you?
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Can I help ______
your?
you?
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ