This, that, these, those - ৰ পাৰ্থক্য বুজক
try Again
Tip1:hello
Lesson 44
This, that, these, those - ৰ পাৰ্থক্য বুজক
উপায়
This = এইটো
'This' সেই বস্তুৰ কাৰণে ব্যৱহাৰ হয়, যি কওঁতাজনৰ কাষত/ওচৰত আছে.
That = সেই
'That' সেই বস্তুৰ কাৰণে ব্যৱহাৰ হয়, যি কওতাজনৰ পৰা দূৰত আছে.
উপায়
Here = ইয়াত
Here = কাষত
There = তাত
There = দূৰ
How much=কিমানৰ
is=(হয়)
this=এই
skirt=স্কার্ট
উপায়
How much is this skirt here? = এই স্কার্টটোৰ (যিটো ইয়াত আছে) দাম কিমান?
=
How much=কিমান (দাম)
is=(হয়)
that=সেই
skirt=স্কার্ট
সংলাপ শুনক
Good morning!
সু প্রভাত !


Good morning! Can I help you?
সু প্রভাত ! মই আপোনাক সহায় কৰিব পাৰো নেকি?


Yes, how much is that skirt in the window?
হয়, সেই স্কার্টটোৰ দাম কিমান যিটও খিড়িকীত আছে?


Rupees 1,500.
1500 টকা.


And this top here?
আৰু ইয়াত থকা এই ট'প টোৰ?


Rupees 800.
800 টকা.


উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
How much is ______
this
that
these
উপায়
These = এইবোৰ
These অাৰু thoseএকাধিক বস্তুৰ বাবে ব্যৱহাৰ হয়.
Those = সেইবোৰ
'These' অাৰু 'those' একাধিক বস্তুৰ বাবে ব্যৱহাৰ হয়.
These = যি বস্তু কাষত আছে
Those = যি বস্তু দূৰত আছে
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
How much are ______
those
these
that
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
How much are ______
those
these
this
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Can I have ______
this
these
those


ফোটো চাই শুদ্ধ বিকল্প বাছক.
Those peaks.
This peaks.


ফটো চাই শুদ্ধ বিকল্প বাছক.
These cupcakes.
Those cupcakes.


ফটো চাই শুদ্ধ বিকল্প বাছক.
This dress.
That dress.


ফটো চাই শুদ্ধ বিকল্প বাছক.
Can I have these shoes?
Can I have this shoes?


ফটো চাই শুদ্ধ বিকল্প বাছক.
That house
This house
সংলাপ শুনক
Assistant: Good morning! Can I help you?
সহায়ক : সু প্রভাত! মই আপোনাক সহায় কৰিব পাৰোঁ নেকি?


: Yes, how much are these coffee cups?
: হয়, এই কফি কাপবোৰৰ দাম কিমান?


Assistant: Rupees 400 each.
সহায়ক : প্রত্যেক টোৰ দাম ৪০০ টকা.


: And that coffee pot in the window?
: আৰু সেই কফি প'টটোৰ, যিটো খিড়িকীত আছে?


Assistant: Rupees 1500.
সহায়ক : ১৫০০ টকা.


: And this coffee pot here?
: আৰু এই কফি প'টটোৰ?


Assistant: Rupees 1100.
সহায়ক : ১১০০ টকা.


: OKAY! Can I have three of these coffee cups here and that coffee pot in the window, please?
: ঠিক আছে! মই তিনিটা কফি কাপ আৰু সেই খিড়িকীত থকা কফি প'টটো পাব পাৰোঁ নেকি?


Assistant: Sure!
সহায়ক : নিশ্চয় !


=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ