How much, how many (মাত্ৰাৰ বিষয়ে শুধিবলৈ শিকক)
try Again
Tip1:hello
Lesson 45
How much, how many (মাত্ৰাৰ বিষয়ে শুধিবলৈ শিকক)
উপায়
How much water? = কিমান পানী?
How many pens? = কেইটা কলম?
মনত ৰাখিব:
'How much' অগণনীয় বস্তুৰ কাৰণে ব্যৱহাৰ হয় আৰু

'How many' গণনীয় বস্তুৰ কাৰণে ব্যৱহাৰ হয়.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How much
How many
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক
______
How many
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How many
How much
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How much
How many
How manies
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How much
How many
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How much
'তোমাৰ ওচৰত কিমান তেল আছে?' ইংৰাজীলৈ অনুবাদ কৰক.
How many oil do you have?
How much oil do you have?
'অাপোনাৰ ওচৰত কিমান গাখীৰ আছে?' ইংৰাজীলৈ অনুবাদ কৰক.;
How many milk do you have?
How much milk do you have?
How many milks do you have?
How much milks do you have?
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How much
How many
How manies
Hows many
উপায়
কিমান পইচা? = How much money?
Money অগণনীয়. আমি কেতিয়াও 'a money' বা 'how many money' বুলি নকও.
কিমান নোট? = How many notes?
কিন্তু, নোট (Notes) গণনীয়. সেয়ে 'how many notes' শুদ্ধ.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
______
How many
'আপোনাক কিমান চাহ লাগে?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক.;
How many tea do you want?
How many teas do you want?
How much tea do you want?
How much teas do you want?
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ