Uncountable nouns : অগণনীয় বিশেষ্য পদৰ ইংৰাজীত শুদ্ধ প্রয়োগ শিকক
try Again
Tip1:hello
Lesson 47
Uncountable nouns : অগণনীয় বিশেষ্য পদৰ ইংৰাজীত শুদ্ধ প্রয়োগ শিকক


ফটো চাই শুদ্ধ বিকল্প বাছক.
Milk is good for health.
A milk is good for health.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Can I have ______
a milk
few milk
some milk
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I drink ______
milk
milks
a milk
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I want ______
a
few
some
many
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I want some ______
waters
water
উপায়
=
Water not waters
Bread not breads
=
অগণনীয় বস্তুৰ কোনো বহুবচন নাথাকে.
উপায়
=
Water not A water
=
অগণনীয় বস্তুৰ অাগত 'a/an' নহয়.
'কাপটোত কিমান গাখীৰ আছে?' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
How many milk are there in the cup?
How much milk is there in the cup?
How much milk are there in the cup?
How much milks are there in the cup?
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
How much ______
sugar
sugars
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
How much ______
juice are
juice is
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
There isn't ______
many
much
উপায়
There are not many eggs. = বেছি কণী নাই.
There isn't much milk. = বেছি গাখীৰ নাই.
অগণনীয় বস্তুৰ লগত সদায় 'much' ব্যৱহাৰ হয়.
উপায়
There are a few eggs in the basket. = পাচিটোত কেইটামান কণী আছে.
There is some tea in the cup. = কাপটোত অলপমান চাহ আছে.
অগণনীয় বস্তুৰ লগত সদায় 'some' ব্যৱহাৰ হয়, 'few' নহয়.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
There ______
is some
is few
is a
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
There ______
aren't much
isn't much
isn't many
'বক্সটোত অলপমান অাটা আছে.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
There are some flour in the box.
There are few flour in the box.
There is some flour in the box.
There is few flour in the box.
'বক্সটোত বেছি অাটা নাই.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক).;
There aren't many flour in the box.
There isn't many flour in the box.
There aren't much flour in the box.
There isn't much flour in the box.
'গিলাচটোত বেছি গাখীৰ নাই.' ৰ ইংৰাজীত শুদ্ধ অনুবাদ বাছক. (এটা বিকল্প বাছক);
There aren't much milk in the glass.
There isn't a much milk in the glass.
There isn't much milk in the glass.
There isn't many milk in the glass.
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
Can I have ______
a
many
some
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I want ______
some
few
many
উপায়
এটা বিয়েৰ দিব. = One beer please.
Beer (বিয়েৰ), Pepsi (পেপচি) আদি গণনীয় আৰু অগণনীয় দুয়োটা ৰুপত ব্যৱহাৰ হয়.
ইয়াত আপুনি এটা বটল বা এক গিলাচ বিয়েৰৰ কথা কৈছে, সেয়ে ই গণনীয়.
অলপমান বিয়েৰ. = Some beer.
বিয়েৰ আনভাৱে অগণনীয়.
উপায়
Some water. = অলপমান পানী.
Water (পানী) অগণনীয়.
A glass of water. = এক গিলাচ পানী.
A glass of water (এক গিলাচ পানী) গণনীয় .


ফটো চাই শুদ্ধ বিকল্প বাছক.
A glass of milk
A milk


ফটো চাই শুদ্ধ বিকল্প বাছক.
Some milk
A milk
উপায়
Some bread. = অলপমান ব্রেড.
A loaf of bread. = ব্রেডৰ সম্পূর্ণ পেকেটটোক লোফ বোলা হয়.
Bread অগণনীয় কিন্তু. A loaf of bread গণনীয়.
'Countable' নে 'uncountable'? 'A carton of milk'
Countable
Uncountable
=
!
শুনক
উপায়
পৰৱৰ্ত্তী শব্দ