What do you do? (নিজৰ কামৰ বিষয়ে কওঁক)
try Again
Tip1:hello
Lesson 52
What do you do? (নিজৰ কামৰ বিষয়ে কওঁক)
উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
I am ______
a
an
the
'মই বাংগালোৰত এটা ছফ্টৱেৰ কোম্পানীত কাম কৰোঁ.' ৰ ইংৰাজীত অনুবাদ কি হ'ব?;
I work at a software company in Bangalore.
I am work at a software company in Bangalore.
I have work at a software company in Bangalore.
I work at software company in Bangalore.
তেওঁ এটা ছফ্টৱেৰ কোম্পানীত কাম কৰে.
    • works
    • at
    • software company.
    • He
    • a
    • is
    I=মই
    take=লওঁ
    the bus=বাচ
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I ______
    take
    am take
    takes
    have take
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I take the train ______
    work
    to work
    on work
    to the work
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I work at a school. I am ______
    a doctor
    a teacher
    teacher
    a dentist
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I am a waiter. I work ______
    at a school
    at a restaurant
    at a hospital
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I take ______
    the metro to work
    the metro to working
    the metro on work
    the metro to the work
    'মই ষ্টেট বেংক অ'ফ ইণ্ডিয়াত এজন কেৰাণী.' ইংৰাজীলৈ অনুবাদ কৰক.;
    I am clerk at the State Bank of India.
    I am a clerk at the State Bank of India.
    I am the clerk at the State Bank of India.
    I am a clerk on the State Bank of India.
    I=মই
    go=যাওঁ
    to work=কামলৈ
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I ______
    goes
    go
    am go
    মোৰ স্বামী ৮ বজাত কামলৈ যায়.
    • at 8 AM.
    • goes
    • work
    • to
    • My
    • husband
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    Neha ______
    go to work
    goes to work
    goes work
    goes to the work
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    My mother is ______
    housewife
    a housewife
    the housewife
    I get=মই পাওঁ
    a good=এটা ভাল
    সংলাপ শুনক
    Hi I am Shalini. I work at a software company in Bangalore. I go to work at 8 AM. I get a good salary. I like my job.
    হাই, মই শালিনী. মই বাংগালোৰত এটা ছফ্টৱেৰ কোম্পানীত কাম কৰোঁ. মই পুৱা ৮ বজাত কামলৈ যাওঁ. মই এটা ভাল দৰমহা পাওঁ. মই মোৰ চাকৰিটো ভাল পাওঁ.


    True (শুদ্ধ) OR False (ভুল) কওঁক. 'Shalini goes to work at 2 PM.'
    শুদ্ধ (TRUE)
    ভুল (FALSE)
    শুদ্ধ নে ভুল কওঁক. 'Shalini works at a software company in Pune.'
    শুদ্ধ (TRUE)
    ভুল (FALSE)
    True (শুদ্ধ) OR False (ভুল) কওঁক. 'Shalini does not get a good salary.'
    শুদ্ধ (TRUE)
    ভুল (FALSE)
    ইংৰাজীলৈ অনুবাদ কৰক.
    দৰমহা
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    I ______
    likes
    like
    am like
    মোৰ দেউতাই ভাল দৰমহা পায়.
    • gets
    • a
    • My
    • father
    • good salary.
    • get
    অাপুনি ইনফ’চিছত কাম কৰে নেকি?
    • you
    • do
    • at
    • Infosys?
    • work
    • works
    'বিকাশ ষ্টেট বেংক অফ ইন্ডিয়াৰ মেনেজাৰ নেকি?' ৰ ইংৰাজীত অনুবাদ কি হ'ব?;
    Is Vikas a manager at the State Bank of India?
    Does Vikas a manager at the State Bank of India?
    Has Vikas a manager at the State Bank of India?
    Do Vikas a manager at the State Bank of India?
    'শালিনীয়ে ভাল দৰমহা পায়নে?' ৰ ইংৰাজীত অনুবাদ কি হ'ব?;
    Is Shalini get a good salary?
    Does Shalini get a good salary?
    Does Shalini gets a good salary?
    Has Shalini gets a good salary?
    আপুনি আপোনাৰ চাকৰিটো ভাল পায়নে?
    • you
    • are
    • like
    • your
    • do
    • job?
    মই ইনফ'চিছত কাম নকৰোঁ.
    • don't
    • at
    • work
    • I
    • Infosys.
    • am
    শালিনী শিক্ষয়িত্ৰী নহয়.
    • don't
    • doesn't
    • is
    • a teacher.
    • not
    • Shalini
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    Ankit ______
    not works
    doesn't work
    doesn't works
    সংলাপ শুনক
    Hi I am Ankit. I am a manager at State Bank of India in Delhi.
    I go to work at 9 AM. My office is very big. I like my job.
    হাই, মই অংকিত. মই দিল্লীৰ ষ্টেট বেংক অফ ইন্ডিয়াৰ এজন প্রৱন্ধক.
    মই কামলৈ পুৱা ৯ বজাত যাওঁ. মোৰ কার্য্যালয়টো বহুত ডাঙৰ. মই মোৰ চাকৰিটো ভাল পাওঁ.


    What=কি
    do=হয়
    you=অাপুনি
    উপায়
    What do you do? = আপুনি কি কৰে?
    What is your name? = আপোনাৰ নাম কি?
    সামান্য বর্তমান কালত, যদি প্রশ্নত ক্রিয়া থাকে (do = কৰা) তেন্তে প্রশ্নবোধক শব্দৰ পাছত 'do/does' হয়.
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    What ______
    is you do?
    are you do?
    do you do?
    does you do?
    আপুনি কি কৰে?
    • do
    • you
    • what
    • do?
    • does?
    • are
    What=কি
    does=হয়
    she=তাই
    উপায়
    What do you do? = আপুনি কি কৰে?
    I, you, we, they = What do
    What does she do? = তাই কি কৰে?
    He, she, it = What does
    i what do i do?
    you what do you do?
    we what do we do?
    they what do they do?
    he what does he do?
    she what does she do?
    it what does it do?
    উপযুক্ত শব্দ বিছাৰি খালী ঠাই পূৰণ কৰক.
    What ______
    do
    does
    is
    অংকিতে কি কৰে?
    • do?
    • Ankit
    • is
    • What
    • does
    • are
    আপোনাৰ মাতৃয়ে কি কৰে?
    • do?
    • your
    • What
    • mother
    • does
    • is
    মোৰ মাতৃ গৃহিণী নহয়.
    • is
    • do
    • a
    • not
    • my mother
    • housewife.
    মই ১০ বজাত কামলৈ যাওঁ.
    • go
    • work
    • at
    • 10.
    • to
    • I
    মই এখন হোটেলত কাম কৰোঁ.
    • work
    • at
    • I
    • am
    • a
    • hotel.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ