সময় ক'বলৈ শিকক
try Again
Tip1:hello
Lesson 55
সময় ক'বলৈ শিকক
What=কি
time=সময়
'কিমান বাজিছে?' ৰ ইংৰাজীত অনুবাদ কি হ'ব?;
What time is it?
What time is?
Whats time is it?
When time is it?
কিমান সময় হৈছে?
    • time
    • it?
    • is
    • what
    • when
    'ছয় বাজি পচিশ মিনিট গৈছে.' ৰ ইংৰাজীত অনুবাদ কি হ'ব?;
    It is 5:25
    It is 6:25
    It is 8:25
    It is 9:25
    উপায়
    It is 6:25. = ছয় বাজি পচিশ মিনিট গৈছে.
    It is 7:15. = সাত বাজি পোন্ধৰ মিনিট গৈছে.
    অডিঅ’ শুনি শুদ্ধ অনুবাদ বাছক. 'It is 8:23' ;
    আঠ বাজি তেইচ মিনিট হৈছে.
    আঠ বাজি বিয়াল্লিছ মিনিট হৈছে.
    সাত বাজি একত্ৰিছ মিনিট হৈছে.
    ন বাজি তেইচ মিনিট হৈছে.
    উপায়
    আঠ বাজি বিয়াল্লিছ মিনিট = 8:42 (Eight forty-two)
    ন বাজি তেইশ মিনিট = 9:23 (Nine twenty-three)
    সময় কবলৈ,প্ৰথম ঘ্ন্টাৰ লগত সম্বন্ধিত নম্বৰ কওঁক, মিনিটৰ লগত সম্বন্ধিত নম্বৰ কওঁক.
    উপায়
    =
    6:25 - Six twenty-five

    8:05 - Eight O-five

    9:11 - Nine eleven

    2:34 - Two thirty-four
    =
    সময় কবলৈ,প্ৰ্থম ঘ্ন্টাৰ লগত সম্বন্ধিত নম্বৰ কওঁক,পাছত মিনিটৰ লগত সম্বন্ধ থকা নম্বৰ কওঁক.
    পাঁচ বাজি পোন্ধৰ মিনিট হৈছে.
    • has
    • it
    • 5:15.
    • is
    • are
    উপায়
    =
    10:00 - Ten o'clock

    5:00 - Five o'clock

    1:00 - One o'clock
    =
    যেতিয়া মিনিট নাথাকে তেতিয়া o'clock ৰ ব্যৱহাৰ হয়.
    উপায়
    10:00 = It is 10 o'clock
    10:00 = It is 10
    দুয়োটা ধৰণেই শুদ্ধ.
    প্ৰযোক্ত শব্দ বাছি খালী ঠাই পূৰণ কৰক.
    It ______
    is 8:25 o'clock
    is 8:25
    'দুই বাজি বাৰ মিনিট হৈছে.' ৰ ইংৰাজী অনুবাদ কৰক.;
    It is 2:12
    It are 2:12
    It is 2:12 o'clock
    Its 2:12
    উপায়
    7:15 PM = সন্ধ্যা সাত বাজি পোন্ধৰ মিনিট
    Seven fifteen in the evening.
    7:15 AM = পুৱা সাত বাজি পোন্ধৰ মিনিট
    Seven fifteen in the morning

    দিনৰ 12 বজাৰ পৰা ৰাতি 11বাজি 59 মিনিটলৈকে PM ব্যৱহাৰ হয় .

    ৰাতি 12 বজাৰ পৰা দিনৰ 11 বাজি 59 মিনিটলৈকে AM ব্যৱহাৰ হয়.
    'মই পুৱা 7 বাজি 15 মিনিটত ওঠো.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    I get up at 7:15 o'clock.
    I get up at 7:15 PM.
    I get up at 7:15 AM
    I get up at 7:15 in the evening.
    'মই দিনৰ দুই বজাত আহাৰ খাওঁ.' ৰ ইংৰাজীত অনুবাদ চয়ন কৰক.;
    I have lunch at 2 o'clock in the afternoon.
    I have lunch at 2 o'clock at night.
    I have lunch at 2 o'clock in the morning.
    I have lunch at 2 AM.
    'মই সন্ধ্যা সাত বজাত ফুৰিবলৈ যাওঁ.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    I go for a walk at 7 in the evening.
    I go for a walk at 7 in the morning.
    I go for a walk at 7 AM.
    I go for a walk at 7 in evening.
    উপায়
    সাতটা পোন্ধৰ (সাত বাজি পোন্ধৰ মিনিট) = Quarter past seven (7:15)
    15 মিনিটক quarter বুলিও কোৱা হয়. সাত বাজি পোন্ধৰ মিনিট = Quarter past
    সাতটালৈ পোন্ধৰ মিনিট( সাত বাজিবলৈ পোন্ধৰ মিনিট) = Quarter to seven (6:45)
    সাতটালৈ পোন্ধৰ মিনিট = Quarter to
    উপায়
    সাতটা ত্ৰিশ (সাত বাজি ত্ৰিশ মিনিট) = Half past seven (7:30)
    30 মিনিটক 'half' বুলিও কোৱা হয়.সাত বাজি ত্ৰিশ মিনিট = Half past
    =
    মই সাত বাজি ত্ৰিশ মিনিটত গা-ধোওঁ.
    • I take a shower
    • at
    • quarter past
    • half to
    • seven.
    • half past
    মই ন বাজি ত্ৰিশ মিনিটত পুৱাৰ আহাৰ খাওঁ.
    • at
    • I have breakfast
    • nine.
    • half past
    • quarter past
    • half to
    উপায়
    সাত বাজি পাঁচ মিনিট = Five past seven (7:05)
    সাত বাজিবলৈ পাঁচ মিনিট = Five to seven (6:55)
    'পাঁচ বাজি তেৰ মিনিট.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    Thirteen to five
    Thirteen past five
    Five past thirteen
    Five to thirteen
    'আঠ বাজিবলৈ পাঁচ মিনিট.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    Five past eight.
    Five to eight.
    Eight past five.
    Eight to five.
    'মই ন বাজি পঁচিশ মিনিটত বাতৰি চাওঁ.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    I watch the news at twenty five past nine.
    I watch the news at twenty five to nine.
    I watch the news at twenty nine past five.
    I watch the news on twenty five past nine.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ