মোৰ জ্বৰ হৈছে('have got' ৰ ব্যৱহাৰ)
try Again
Tip1:hello
Lesson 61
মোৰ জ্বৰ হৈছে('have got' ৰ ব্যৱহাৰ)
উপায়
I have got a stomach ache. = মোৰ পেটত বিষ আছে.
আপুনি I have a stomach ache, ও কব পাৰে.
I have got a fever. = মোৰ জ্বৰ আছে.
আপুনি I have a fever, ও কব পাৰে

Have got ব্ৰিটিছ ইংৰাজীত বছি ব্যবহাৰ হয়

আমেৰিকেন ইংৰাজীত অকল 'have' ব্যবহাৰ হয়.
'মোৰ জ্বৰ আছে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰা.;
I have got a fever.
I have get a fever.
I am get a fever.
I am have a fever.
'মোৰ পেটত বিষ আছে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I have got a stomach is ache.
I have got a stomach ache.
I have got a stomach aches.
I have got a stomachs ache.
'মোৰ পানীলগা আছে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I have got a fever.
I have got a cold.
I have got a stomach ache.
I am have a cold.
ইংৰাজীত অনুবাদ কৰক.
পেট বিষ
ইংৰাজীলৈ অনুবাদ কৰক.
জ্বৰ
How=কেনেকোৱা/ কেনেকৈ
are=আছে
you=আপুনি
উপায়
How are you feeling? = আপুনি কেনেকোৱা অনুভৱ কৰি আছে?
যেতিয়া আমি আনৰ স্বাস্থ্যৰ কথা সুধো, তেতিয়া 'How are you?' 'ৰ সলনি 'How are you feeling?' কোৱা ভাল হব.

'How are you feeling' দেখায় যে কোনোবাই এই মুহুৰ্তত কেনেকোৱা অনুভৱ কৰি আছে.
=
I=মই
am=হওঁ/আছো
not=নাই
feeling=অনুভৱ কৰা
'মই ভাল অনুভৱ কৰা নাই.' 'ৰ হিন্দী অনুবাদ চয়ন কৰক.;
মই ভাল অনুভৱ কৰি থকা নাই.
মই ভাল অনুভৱ কৰি আছোঁ.
মোৰ ভালেই.
মই অনুভৱ কৰি থকা নাই.
উপায়
I am not feeling well. = মই ভাল অনুভৱ কৰা নাই.
আপুনি অকল 'I am not well' = মই ঠিকে/ভাল নাই বুলিও কব পাৰে.
=
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
I am ______
not feel well
not feeling well
not feels well
don't feeling well
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
How are you ______
feels
feel
'মোৰ বহুত বেয়াকে মূৰ বিষাইছে.' 'ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
I have got a terrible head ache.
I am have a terrible head ache.
I am get a terrible head ache.
I have getting a terrible head ache.
প্ৰযোক্ত শব্দ লৈ খালী ঠাই পূৰ কৰক.
I can't eat. I ______
am get
have got
have get
মোৰ দাঁতৰ বিষ আছে.
    • a
    • toothache.
    • stomach ache.
    • have got
    • am have
    • I
    প্ৰযোক্ত শব্দ লৈ খালী ঠাই পূৰ কৰক.
    Do you have a thermometer? I think ______
    I have got a fever
    I am get a fever
    I am have a fever
    ইংৰাজীত অনুবাদ কৰক.
    মোৰ পানীলগা আছে.
    প্ৰযোক্ত শব্দ লৈ খালী ঠাই পূৰ কৰক.
    Is there a dentist here?I ______
    have got a toothache
    have get a toothache
    am get a toothache
    'মোৰ দিঙিত বিষ আছে.' 'ৰ ইংৰাজীত অনুবাদ কি হব?;
    I have got a stomach ache.
    I have got a sore throat.
    I have got a head ache.
    I have got a back ache.
    stomach ache পেট বিষ
    toothache দাঁত বিষ
    head ache মূৰ বিষ
    back ache পিঠি বিষ
    fever জৰ
    cold পানীলগা
    cough কাহ
    sore throat খহু কন্ঠ
    diarrhea অতিসাৰ
    constipation মলৰোধ
    nausea ওকট-পাকট
    vomit ওকাল্
    bruise ঘাইল
    fracture অস্থিভংগ
    pain বিষ
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ