Let's ৰ ব্যৱহাৰ
try Again
Tip1:hello
Lesson 64
Let's ৰ ব্যৱহাৰ
উপায়
Let's = Let us
Let's 'ৰ ব্যবহাৰ পৰামৰ্শ (suggestion) দিয়া বক্যত কৰা হয়.
Eg: Let's go for a walk. = ব'লা (আমি) বিচৰন কৰোঁ.
Let us = আমাক
Let's \'let us\' ৰ ছৰ্ট ফৰ্ম. এইটো এইধৰণৰ পৰামৰ্শৰ বাবে ব্যৱহাৰ হয়,যিটো কথা কোৱা, কথা শুনা লোকৰ লগত ব্যৱহাৰ কৰা হব.
উপায়
Let's go for a walk. = ব'লা (আমি) খোজ কাঢ়িব যাওঁ.
Let's (Let us) 'ৰ ব্যবহাৰ পৰামৰ্শ (suggestion) দিয়া বাক্যত ব্যবহাৰ কৰা হয়.
She lets me use her phone. = তাই মোক নিজৰ ফোন ব্যবহাৰ কৰিব দিয়ে.
Lets (let 'ৰ আন এটা ৰূপ হয় যি 'he/she' 'ৰ লগত লগোৱা হয়) = অনুজ্ঞা দিয়া.
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let have
Let's have
Let is have
Lets us
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let's take
Let take
Let's keep
Lets us
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
It's Ankit's anniversary today. ______
Let's buy
Lets buyed
Lets us buy
Let take
প্ৰযোক্ত শব্দ লই, খালী ঠাই পূৰ কৰক.
______
Let go
Let us go
Lets goes
Let we go
উপায়
Let's not make any noise. Dad is sleeping. = ব'লক (আমি) চিঞৰ বাখৰ নকৰোঁ. দেউতা শুই আছে.
Suggestions (পৰামৰ্শ) দিয়া নাকাৰাত্মক বাক্যত 'let's not' 'ৰ ব্যবহাৰ হয়.
=
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let's not forget
Let not forget
Let's forget not
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let not talk
Let's not talk
Let talk not
Let's talk not
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let's goes
Let go
Let's go
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let's dance
Let dance
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let's no go
Let go
Let's not go
Let not go
প্ৰযোক্ত শব্দ লৈ, খালী ঠাই পূৰ কৰক.
______
Let go
Let's go
Let's not goes
ব'লা (আমি) উদ্যানত যাওঁ.
    • Let
    • Let's
    • to
    • go
    • the park.
    • we
    ব'লক (আমি) তাত বহোঁ.
    • Let
    • Let's
    • sit
    • here.
    • sat
    • there.
    ব'লক (আমি) পিছলৈ যাওঁ.
    • Let's
    • goes
    • Let
    • go
    • back.
    • walk.
    ব'লক (আমি) বাহিৰলৈ যাওঁ.
    • Let
    • goes
    • Let's
    • out.
    • go
    • went
    'ব'লক (আমি) একেলগে খাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
    Let's eats together.
    Let's eat together.
    Let eat together.
    Let's us eat together.
    'ব'লক (আমি) পাৰ্টীত যাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
    Let's go for a party.
    Let go for a party.
    Let's goes for a party.
    Let goes for a party.
    'ব'লক (আমি) বাহিৰত নাযাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
    Let not go out.
    Let's go not out.
    Let's not go out.
    Let's no go out.
    'ব'লা (আমি) কাৰত নবহুঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
    Let's sit not in the car.
    Let's not sits in the car.
    Let not sit in the car.
    Let's not sit in the car.
    'ব'লা (আমি) পিয্যা খাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰা.;
    Let's eat pizza.
    Let's eats pizza.
    Let's not eat pizza.
    Lets us eat pizza
    'ব'লা (আমি) আজি ৰাতি খানা নবনাওঁ.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰা.;
    Let's not cooks dinner tonight.
    Let's not cook dinner tonight.
    Let not cook dinner tonight.
    Let's cook dinner tonight.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ