Past continuous tense
try Again
Tip1:hello
Lesson 75
Past continuous tense
উপায়
Jimi broke his leg when he was playing hockey = হকী খেলি থাকোতে জিমিৰ ভৰি ভাঙিল
আমি সাধাৰণ ভূত কাল (broke) 'ৰ ব্যবহাৰ ভূত কালত শেষ হৈ যোৱা কামৰ বাবে কৰোঁ.
'Past Continuous' 'ৰ ব্যবহাৰ প্ৰায় সেইবোৰ কামৰ বাবে হয় যি ভূত কালত দীঘল সময়ৰ বাবে হৈছিল আৰু আন এটা কাৰ্যৰ বাবে বন্ধ হৈ গল. (was playing hockey)

অৰ্থাত ইয়াত যেতিয়া জিমি হকী খেলি আছিলে তেতিয়া তাৰ ভৰি ভাঙি গল. হকী খেলা কাৰ্য্য বন্ধ হৈ গল.

'Past Continuous' বাক্যত 'was/were' + ক্ৰিয়াৰ লগত '-ing' লগোৱা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পুৰ কৰক.
While I ______
was doing
did
done
was did
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
We found an old box while we ______
dig
was digging
were digging
was digged
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
While I ______
were having
had
was have
was having
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
Neha ______
met
was met
was meeting
were meeting
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পুৰ কৰক.
Raman ______
arrive
arrived
was arriving
was arrived
'যেতিয়া মই ঘৰ গৈ পালো, মোৰ ভন্টীয়ে মোৰ কাম কৰি আছিল.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
My sister did my work when I reached home.
My sister was doing my work when I reached home.
My sister is doing my work when I reached home.
My sister were doing my work when I reached home.
'মই কালি পাৰ্টীত গিটাৰ বজাই আছিলো.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
I was playing the guitar at the party yesterday.
I am playing the guitar at the party yesterday.
I were playing the guitar at the party yesterday.
I was play the guitar at the party yesterday.
'মই সঞ্চালকৰ লগত কথা পাতিবলৈ ৰই আছিলো.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
I were waiting to speak to the director.
I was waited to speak to the director.
I was wait to speak to the director.
I was waiting to speak to the director.
'যেতিয়া মই ঘৰ গৈ পালো তেতিয়া বৰষুন পৰি আছিলে.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
It was raining when I reached home.
It was raining when I was reached home.
It was raining when I was reach home.
It was raining when I was reaching home.
'আমি স্নানাগাৰত কাপোৰ ধুই আছিলো.' 'ৰ ইংৰাজী অনুবাদ কি হব?;
We were wash clothes in the bathroom.
We was washing clothes in the bathroom.
We were washed clothes in the bathroom.
We were washing clothes in the bathroom.
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰ কৰক.
Our neighbors ______
was staring
were staring
was stared
were stared
ইংৰাজীত অনুবাদ কৰক.
সিহঁতি কালি ৰাতি পাৰ্টি কৰি আছিল.
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পুৰ কৰক.
I ______
meet
was meet
met
ইংৰাজীত অনুবাদ কৰক.
মই চিকিৎসালয় এখনত কাম কৰি আছিলো.
প্ৰযোজ্য শব্দ লৈ খালি ঠাই পুৰ কৰক.
They saw her when they ______
were going
was going
were went
were gone
সিহঁতি আমাৰ লগত কথা পাতি আছিল নেকি?
    • they
    • were
    • did
    • talking
    • talk
    • to us?
    আমি মিটিংলৈ যোৱা নাছিলো.
    • We were not
    • we did not
    • going
    • went
    • to the meeting.
    • gone
    প্ৰতিজনে সন্মিলনত ভাগ লব গৈ আছিল.
    • Everyone
    • were going
    • was going
    • conference
    • to attend
    • the conference.
    মই কালি পিজ্জা খাই আছিলো.
    • was have
    • was having
    • was had
    • I
    • yesterday.
    • a pizza
    মই কালি ৰাতি শুই থকা নাছিলো.
    • was not
    • sleeping
    • were not sleeping
    • I
    • last night.
    • slept
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ