Interview - নিজৰ পৰিচয় দিয়া
try Again
Tip1:hello
Lesson 76
Interview - নিজৰ পৰিচয় দিয়া
উপায়
=
আজি আপুনি কোম্পানী এটাত চেল্ছ মেনেজাৰ পদৰ বাবে সাক্ষাৎকাৰ দিব গৈ আছে.

আমি সাক্ষাৎকাৰত ভাল দৰে ইংৰাজীত কথা পাতিব শিকিম
=
Good morning!=সু প্ৰভাত!
I am=মই আছোঁ
here=ইয়াত
for=ৰ বাবে
সংলাপ
Good morning! I am Shalini. I am here for an interview.
নমস্কাৰ! মই শালিনি . মই ইয়াৰ এটা সাক্ষাৎকাৰৰ বাবে আহিছোঁ.


For which position?
কোনটো পজিচনৰ বাবে?


For a sales manager
চেল্ছ মেনেজাৰৰ বাবে


Ok. Please have a seat.
ঠিক আছে. অনুগ্ৰহ কৰি বহক


Thank you!
ধন্যবাদ!


মই ইয়াত এটা সাক্ষাৎকাৰৰ বাবে আছোঁ.
    • here
    • an
    • interview.
    • for
    • I am
    • there
    Tell me=মোক কোৱা
    something=কিবা
    about=বিষয়ে
    ডাইলগ
    Good morning! I am Neerja. I am the HR head of this company.
    সু প্ৰ্ভাত! মই নীৰজা . মই এই কোম্পানীৰ HR প্ৰধান হওঁ.


    Good morning madam. Nice meeting you. I am Shalini.
    সু প্ৰ্ভাত মেডাম! মই শালিনী হওঁ. আপুনাক লগ পাই ভাল লাগিল.


    Please have a seat, Shalini. Tell me something about yourself.
    অনুগ্ৰহ কৰি বহি যোৱা শালিনী. মোক নিজৰ বিষয়ে কিবা কোৱা.


    Thank you madam.
    ধন্যবাদ মেডাম.


    উপায়
    =
    যেতিয়া আপোনাক কোনো সাক্ষাৎকাৰত নিজৰ বিষয়ে কবলৈ কয়:
    1) যদi আপুনি নিজৰ নাম আগতে কৈ দিছে, তেনেহলে আকৌ কোৱা দৰকাৰ নাই
    2) যদি আপুনি নিজৰ নাম কোৱা নাই, তেনেহলে প্ৰথম নিজৰ নাম জনাব. মনত ৰাখিব যে নাম জনোৱা বাবে \'I am Ankit\' বা \'My name is Ankit\' কব. \'Myself Ankit\' কেতিয়াও নকব.
    =
    Tell me something about yourself 'ৰ উত্তৰ
    I am from Patiala. I have a B-Com degree from Patiala University. I graduated in 2010. I am working as a junior sales manager at Amul currently.
    মই পটিয়ালাৰ হয়. মোৰ ওচৰত পটিয়ালা বিশ্ববিদ্যাল্যৰ পৰা বী-কম ডিগ্ৰী আছে. মই ২০১০ চনত গ্ৰেজুৱেছন (স্নাতক) কৰিলো. মই বৰ্তমান অমুলত এটা জুনিয়াৰ চেল্চ মেনেজাৰ ৰূপে কাম কৰি আছোঁ.


    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
    ______
    I'm
    Myself
    I'm a
    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
    I ______
    passed out
    graduated
    am graduated
    did graduated
    'মই বৰ্তমান ৰিলায়েন্সত কাম কৰি আছোঁ.' ৰ ইংৰাজী অনুবাদ কৰক.;
    I am currently work at Reliance.
    I am currently working at Reliance.
    I am currently do work at Reliance.
    I currently working at Reliance.
    I am=মই হওঁ/আছোঁ
    a=এটা
    মই এজন আৰ্টছ গ্ৰেজুৱেট (কলা স্নাতক).
    • an
    • graduate
    • I am
    • graduated.
    • arts
    • a
    'মোৰ ওচৰত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিএচছি ডিগ্ৰী আছে.' ৰ ইংৰাজী অনুবাদ কৰক.;
    I am have a BSc degree from Delhi University.
    I have a BSc degree from Delhi University.
    I having a BSc degree from Delhi University.
    I am get a BSc degree from Delhi University.
    What=কি
    are=আছে
    your=আপোনাৰ
    ডাইলগ
    Good morning Madam. I am Priya. I am here for an interview.
    গুড মৰ্নিঙ মেডাম. মই প্ৰিয়া হওঁ. মই ইয়াত সাক্ষাতকাৰৰ বাবে আছো.


    Please have a seat. Tell me something about yourself.
    অনিগ্ৰহ কৰি বহক. মোক নিজৰ বিষয়ে কিবা জনাওক.


    Madam I am from Delhi. I graduated from Delhi University in 2009. I am currently working as a data entry operator.
    মেডাম মই দিল্লীৰ পৰা আহিছো. মই ২০০৯ চনত দিল্লী বিশ্ৱবিদ্যাল্যৰ পৰা স্নাতক (গ্ৰেজুৱেচান) কৰিলো. মই বৰ্তমান এটা ডাটা এন্ট্ৰী অপাৰেটাৰ ৰূপে কাম কৰি আছো.


    What are your qualifications?
    আপুনাৰ যোগ্যতা কি আছে?


    I have a BSc degree. I also have a diploma in data processing.
    মোৰ ওচৰত বীএচচীৰ ডিগ্ৰী আছে. মোৰ ওচৰত ডাটা প্ৰচেচিঙৰ ডিপ্লমাও আছে.


    মোৰ ওচৰত কম্পিউটাৰ এপ্লীকেচনৰ ডিপ্লমা আছে.
    • I
    • have
    • in
    • computer application.
    • a diploma
    • having
    মই ইয়াত এটা সাক্ষাৎকাৰৰ বাবে আছোঁ.
    • here
    • I am
    • for
    • to
    • come
    • an interview.
    মই ৰিলায়েন্চত এটা জুনিয়াৰ চেল্চ মেনেজাৰ হওঁ.
    • junior sales manager
    • I am
    • at
    • Reliance.
    • a
    • on
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ