Interview - নিজৰ ভাল গুণ আৰু বেয়া গুণ সমূহ কওঁক
try Again
Tip1:hello
Lesson 79
Interview - নিজৰ ভাল গুণ আৰু বেয়া গুণ সমূহ কওঁক
উপায়
Strength = সামৰ্থ্য
Weakness = দুৰ্বলতা
\'What are your strengths and weaknesses?\' - এটা সাধাৰণ সাক্ষাৎকাৰৰ প্ৰশ্ন. আজি আমি ইংৰাজীত ইয়াৰ উত্তৰ দিয়া শিকিম.
hard working পৰিশ্ৰমী
diligent পৰিশ্ৰমী
creative সৃষ্টিমূলক
honest সজ্জন
loyal বিশ্বাসী
team player সকলোৰ লগত মিলি-জুলি কাম কৰা
organized নিয়মবদ্ধ
analytical বিশ্লেষণাত্মক
self motivated স্বয়ং অভিৰোচিত
determined দৃঢ় নিশ্চয় ৰাখা
মই বহুত পৰিশ্ৰমী.
    • I
    • a
    • working
    • am
    • very hard
    • work
    প্ৰযোজ্য শব্দ শুনক.
    I am ______
    a very honest
    an very honest
    very honest
    the very honest
    'I am very loyal and honest.' ৰ অসমীয়া অনুবাদ চয়ন কৰক.;
    মই বহুত বিশ্বাসী আৰু সজ্জন আছিলো.
    মই বহুত বিশ্বাসী আৰু সজ্জন.
    মই বহুত বিশ্বাসী আৰু সজ্জন.
    মই বহুত বিশ্বাসী আৰু সজ্জন থাকিম.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I am ______
    creatives
    a creative
    creative
    মই বহুত পৰিশ্ৰমী মানুহ.
    • am
    • a
    • I
    • very diligent
    • person.
    • have
    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
    I am ______
    team player
    a team player
    ইংৰাজীত অনুবাদ কৰক
    পৰিশ্ৰমী
    ডাইলগ
    What are your strengths?
    আপোনাৰ গুণ কি?


    I am very hard working and organized. I am very loyal and honest. I am a team player.
    মই বহুত পৰিশ্ৰমী আৰু নিয়মবদ্ধ. মই বহুত বিশ্বাসী আৰু সজ্জন. মই এজন টীম প্লেয়াৰ (সকলোৰ লগত মিলি-জুলি কাম কৰা মানুহ)


    I have=মোৰ ওচৰত আছে
    মোৰ বাৰ্তালাপ কৰা দক্ষতা বহুত ভাল.
    • good
    • communication skills.
    • am
    • have
    • I
    • having
    মই বহুত বিশ্বাসী.
    • am
    • a
    • I
    • diligent
    • very
    • loyal.
    উপায়
    =
    যেতিয়া আপুনি নিজৰ গুণাগুণ কৰে, তেনেহলে ব্যক্তিত্বৰ গুণৰ বাহিৰে (hard working, honest, diligent etc.), আপুনি এনেবোৰ গুণো জনাব লাগে যি আপুনাৰ পঢ়া-শুনা বা আগত কাম কৰা অনুভৱৰ যুটীয়া হয়.
    =
    I=মোৰ
    have=ওচৰত আছে
    strong knowledge=ভাল জ্ঞান
    of=
    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
    I ______
    am have strong
    have strong
    having strong
    was have strong
    I have=মোৰ ওচৰত আছে
    a lot of=বহুত
    experience=অনুভৱ
    মোৰ ওচৰত চেল্চ আৰু মাৰ্কেটিঙত বহুত অনুভৱ আছে.
    • sales and marketing.
    • a lot of
    • I have
    • in
    • experience
    • I am having
    প্ৰযোজ্য শব্দ লৈ খালি ঠাই পূৰণ কৰক.
    I ______
    have many experience.
    have a lot of experience.
    am having many experience.
    have lot of experiences.
    ডাইলগ
    What are your strengths?
    আপোনাৰ গুণ কি?


    I am very hard working and self motivated. I am very determined. I have a good knowledge of sales and marketing
    মই বহুত পৰিশ্ৰমী আৰু নিজ-অভিৰোচিত. মই সঁজতুৱা আৰু দৃঢ় নিশ্চয়ী. মোৰ চেল্চ আৰু মাৰ্কেটিংৰ বহুত জ্ঞান আছে


    Great! What are your weaknesses?
    ভাল! আপোনাৰ দুৰ্বলতা কি কি?


    উপায়
    =
    আৰু এটা প্ৰশ্ন যি সুধিব পৰা যায়: What are your weaknesses? মনত ৰাখিব যে দুৰ্বলতা কোৱা সময়তো এনে কিছুমান কথা কব যত কিবা সাকাৰাত্মক আছে.
    =

    Sometimes, I end up spending too much time to get everything perfect = কেতিয়াবা, মই সকলো উত্তম কৰা বাবে বহুত সময় লগাই দিওঁ. এই দৌৰ্বল্য এক প্ৰকাৰে সাকাৰাত্মক হয়.
    'মই বহুত ভাবুক.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
    I am a very emotional.
    I am very emotional.
    I have very emotional.
    I am having very emotional.
    উপায়
    I sometimes go out of my way to help others = মই কেতিয়াবা দৰকাৰতকৈ বেচি আনৰ সহায় কৰি দিওঁ
    =
    এইটো সম্পূৰ্ণৰূপে দুৰ্বলতা নহয়, কাৰণ সহায় কৰা ভাল কথা. কিন্তু আপুনি কৈছে যে কেতিয়াবা আপুনি দৰকাৰতকৈ বেছি সহায় কৰি দিয়ে, যাৰ কাৰণে আপুনি নিজৰ কাম কৰিব নোৱাৰে.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ