Comparatives (বস্তু আৰু মানুহৰ মাজত তুলনা কৰা)
try Again
Tip1:hello
Lesson 84
Comparatives (বস্তু আৰু মানুহৰ মাজত তুলনা কৰা)
Sachin=শচীন
is=আছে
taller=বেচি ওখ
উপায়
I am taller than Ramesh = মই ৰমেশতকৈ বেছি ওখ.
যেতিয়া আমি দুজন ব্যক্তি বা বস্তুৰ তুলনা কৰোঁ তেতিয়া 'comparative degree' ব্যৱহাৰ হয়:
than + adjective + er
বা
than + more + adjective
Ravi is more intelligent than Sunny = ৰবি চনীতকৈ বেছি বুদ্ধিমান.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Ankita is ______
intelligenter than
more intelligenter than
more intelligent than
most intelligent than
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Delhi ______
is bigger then
is bigger than
is more big than
is most bigger than
মায়া শীলাতকৈ বেছি সজ্জন.
    • Maya is
    • honester
    • then
    • than
    • more honest
    • Sheela.
    'শচীন মোহনতকৈ বেছি ধনী.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    Mohan is richer than Sachin
    Sachin is more rich than Mohan.
    Sachin is richer than Mohan.
    Sachin is richest than Mohan.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰুণ কৰক.
    Geeta ______
    is more smart than
    is smarter than
    is more smarty than
    is smarter then
    মই তোমাতকৈ বেছি ভয় খাই আছোঁ.
    • more
    • scared
    • scareder
    • you are.
    • I am
    • than
    'মই অফিছৰ অধিকাংশ লোকতকৈ বেছি পৰিশ্ৰমী.' ৰ ইংৰাজী অনুবাদ কৰক.;
    I am most hard working than most people in the office.
    I am more hard working than most people in the office.
    I am more hardly working than most people in the office.
    I am more harder working than most people in the office.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    English is ______
    more easy than
    easier than
    easiest than
    most easy than
    সীতা ঐশ্বৰ্য্যতকৈ ধুনিয়া নেকি?
    • more pretty
    • then Aishwarya?
    • Does Seeta
    • Is Seeta
    • prettier
    • than Aishwarya?
    উপায়
    Neha is a good singer = নেহা এজনী ভাল গায়িকা.
    কিছু শব্দৰ 'comparative form' কোনো নিয়মৰ হিচাপে নহয়
    Neha is a better singer than Geeta = নেহা গীতাতকৈ ৰ্বেছি ভাল গায়িকা
    Good -> Better
    Bad -> Worse
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    Mukesh is a ______
    more good businessman
    better businessman
    most better businessman
    মোৰ ঘৰৰ অৱস্থা ছাত্ৰাৱাসতকৈও বেয়া.
    • is more bad
    • is worse
    • My house's condition
    • than
    • is worst
    • the hostel.
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    The food ______
    is very worse
    is worse than
    is very worst
    is very bad
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ