Possessive adjectives: my, your, his, her, their, our etc.
try Again
Tip1:hello
Lesson 89
Possessive adjectives: my, your, his, her, their, our etc.
উপায়
=
Possessive adjectives অধিকাৰ জনোৱা শব্দ হয়.
My (মোৰ)
Your (আপোনাৰ)
His (তাৰ)
Her (তাইৰ)
Its (ইয়াৰ)
Our (আমাৰ)
Their (সিহঁতৰ)
=
উপায়
We will travel in our car. = আমি নিজৰ কাৰত যাত্ৰা কৰিম.
Possessive adjectives 'ক possessive determiners ও কোৱা হয়.

ইয়াৰ ব্যবহাৰ বিশেষ্যৰ সম্বন্ধ দেখাবলৈ বিশেষ্যৰ আগত কৰা হয়.

ইয়াত বিশেষ্য হৈছে কাৰ. Possessive adjective, our (আমাৰ) দেখায় যে car আমাৰ হয়.

We = আমি, Our = আমাৰ
Our = আমাৰ
'আপুনি ইয়াত নতুন নেকি? আপোনাৰ নাম কি?' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Are you new here? What is your name?
Are you new here? What is you name?
Are you new here? What is her name?
Are you new here? What is yours name?
'মোৰ দাদা আৰু তেওঁৰ ঘৈণীয়েক মুম্বাইত আছে.' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
My brother and her wife are in Mumbai.
My brother and its wife are in Mumbai.
My brother and his wife are in Mumbai.
My brother and him wife are in Mumbai.
উপায়
=
Possessive adjectives একবচন বা বহুবচন ৰূপৰ বাবে সমানেই থাকে.

Eg: নেহায়ে নিজৰ চাবি পাই গল = Neha found her keys
=
'মই পঢ়ি আছোঁ. এইবোৰ মোৰ কিতাপ হয়.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
I am studying. These are my books.
I am studying. These are mine books.
I am studying. These are its books.
I am studying. These are his books.
উপায়
This is my pen. = এইটো মোৰ কলম.
My আৰু mine মানে মোৰ, কিন্তু ইয়াৰ ব্যবহাৰত পাৰ্থক্য আছে. My possessive adjective mine possessive pronoun (অধিকাৰ জনোৱা সৰ্বনাম) - বাক্যত ইয়াৰ স্থিতিত মন কৰিব

My pen = মোৰ কলম - my, বিশেষ্য (কলম) 'ৰ ঠীক আগত লগোৱা হয়.

This pen is mine. = এইটো মোৰ কলম. Mine বাক্যৰ শেষত আহে.
This pen is mine. = এইটো মোৰ কলম.
'গাড়ী খনলৈ চোৱা. ইয়াৰ চিচা ভগা আছে.' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
Look at the car. It has glasses are broken.
Look at the car. Your glasses are broken.
Look at the car. His glasses are broken.
Look at the car. Its glasses are broken.
উপায়
=
'Its' possessive adjective 'ৰ ব্যবহাৰ object আৰু জীৱ-জন্তুৰ বাবে কৰা হয়.

সেই মেকুৰীটো বহুত সুন্দৰ. ইয়াৰ নোম একেবাৰে বগা = That cat is very beautiful. Its fur is totally white

ইয়াত মেকুৰী জন্তু হয় সেই বাবে possessive adjective 'its' ব্যবহাৰ কৰা হৈছে. কিন্তু যদি আমি সেই জন্তুৰ লিঙ্গ (gender) গম পাওঁ তেতিয়া আমি his বা her লগাব পাৰিম - বিশেষকৈ যদি জন্তু পোহনীয়া হয়

আমাৰ মেকুৰীজনী সদায় নিজৰ খানা শুনকালে খায়. = Our cat always eats her food quickly.
=
উপায়
Its = ইয়াৰ / ইহঁতৰ
মনত ৰাখিব its আৰু it's দুয়ো বেলেগ বেলেগ শব্দ আৰু ইহঁতৰ অৰ্থো বেলেগ.

Its এটা possessive adjective হয়.

আৰু It's মানে it is বা 'it has' হয়.
It's = ই হয়
'মই ৰাম আৰু এইজনী মোৰ ভন্টী সীমা হয়.' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
I am Ram and this is her sister, Seema.
I am Ram and this is mine sister, Seema.
I am Ram and this is his sister, Seema.
I am Ram and this is my sister, Seema.
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We have to be at the station early. ______
We
Our
Their
Ours
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They are Mr. and Mrs. Sharma. ______
Their
There
Your
His
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I met Neha last night. It's ______
his
her
its
my
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We need to leave or we will miss ______
your
our
their
its
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
That is Hari's shirt. You should give it back to ______
him
her
its
his
সিহঁতে নিজৰ কাপোৰ নিজেই ব্যবহাৰ কৰিব.
    • use
    • their
    • they
    • own clothes.
    • will
    • them
    শচীনে নিজৰ গাড়ী চলাই কামলৈ যায়.
    • his
    • car
    • Sachin
    • to work.
    • drives
    • her
    তুমি নিজৰ ছাতি নিব নাপাহৰিবা.
    • don't forget
    • their
    • yours
    • to take
    • umbrella.
    • your
    মোৰ ডিনাৰ/নৈশভোজন কত আছে.
    তুমি নিজৰ উপহাৰ পালা নেকি?
    তাই নিজৰ কাম শেষ কৰি দিব.
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ