Interview- চাকৰি সলোৱাৰ কাৰণ
try Again
Tip1:hello
Lesson 90
Interview- চাকৰি সলোৱাৰ কাৰণ
উপায়
=
Possessive adjectives অধিকাৰ জনোৱা শব্দ.
My (মোৰ)
Your (আপোনাৰ)
His (তাৰ)
Her (তাইৰ)
Its (ইয়াৰ/ইহঁতৰ)
Our (আমাৰ)
Their (তেওঁলোকৰ)
=
A more=এটা বেছি থকা
challenging=শ্ৰমসাধ্য
'মই এটা শ্ৰমসাধ্য সুযোগ বিচাৰি আছোঁ.' ৰ ইংৰাজী অনুবাদ কৰক.;
I am watching for a more challenging opportunity.
I look for a more challenging opportunity.
I am looking for a more challenging opportunity.
I am look for a more challenging opportunity.
শ্ৰমসাধ্য
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I am looking ______
for a better opportunity.
to a better opportunity.
from a better opportunity.
by a better opportunity.
মই এটা ভাল ভূমিকা বিচাৰি আছোঁ.
    • I
    • for a
    • better
    • more good
    • am looking
    • role.
    স্ংলাপ শুনক
    Hi, please have a seat. Why are you looking for a change?
    হায়, অনুগ্ৰহ কৰি বহক. আপোনাৰ (চাকৰিত) পৰিবৰ্ত্তন দেখাৰ কাৰণ কি?


    I like my job, but I am now looking for a more challenging role.
    মই মোৰ চা্কৰি ভাল পাওঁ, কিন্তু মই এতিয়া আৰু শ্ৰমসাধ্য ভূমিকা বিচাৰি আছোঁ.


    Great. What are your interest areas?
    ঠিক আছে. আপোনাৰ কি কি ক্ষেত্ৰত ৰুচি আছে?


    I like sales and marketing.
    মই বিক্ৰি আৰু মাৰ্কেটিং ভাল পাওঁ.


    'ৰ্মই মুম্বাইৰ পৰা দিল্লী আহিব বিচাৰোঁ.' ৰ ইংৰাজীত অনুবাদ কৰক.;
    I am like to move from Mumbai to Delhi.
    I am want to move from Mumbai to Delhi.
    I want to move from Mumbai to Delhi.
    I want to moved from Mumbai to Delhi.
    মোৰ কোম্পানী দিল্লীৰ পৰা মুম্বাইলৈ স্থানান্তৰিত হৈছে.
    • moving
    • My company is
    • Delhi
    • to
    • Mumbai.
    • from
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    My company ______
    has relocating
    is relocating
    মই এটা ডাঙৰ কোম্পানীৰ বাবে কাম কৰিব বিচাৰোঁ.
    • am
    • for
    • work
    • a big company.
    • want to
    • I
    প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
    I ______
    am like to work
    want to work
    have want to work
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ