ভৱিষ্যতৰ বিষয়ে কথা-পতা - I will
try Again
Tip1:hello
Lesson 91
ভৱিষ্যতৰ বিষয়ে কথা-পতা - I will
উপায়
মই কথা দিছোঁ যে অহাকালিৰ পৰা মই স্কুল যাম. = I promise that I will go to school tomorrow.
Future tense (ভবিষ্যত কাল),ত সেইবোৰ কামৰ বৰ্ণনা হয় যিটো এতিয়াও হোৱা নাই, কিন্তু আহিব লগীয়া সময়ত হ'ব বা কৰা হ'ব. এনেকুৱা বাক্যত আমি 'will' ৰ প্ৰয়োগ কৰা হয়.
=

মনত ৰাখিব, will ৰ লগত ক্ৰিয়াৰ ৰূপ অপৰিৱৰ্তিত থাকে.
'মই কালি কামলৈ যাম.' ৰ ইংৰাজীলৈ অনুবাদ কি হ'ব? শুদ্ধ বিকল্প বাছক.;
I will go to work tomorrow.
I will gone to work tomorrow.
I will went to work tomorrow.
I will goes to work tomorrow.
'মোৰ বিশ্বাস যে তাইক/তেওঁক আপোনাৰ পছন্দ হ'ব.' ৰ ইংৰাজীলৈ শুদ্ধ অনুবাদ কি হ'ব? শুদ্ধ বিকল্প বাছক.;
I'm sure you can like her.
I'm sure you will like her.
I'm sure you are like her.
I'm sure you will liking her.
'আমি কালি ঘৰ যাম.' ৰ ইংৰাজীত অনুবাদ কি হ'ব?শুদ্ধ বিকল্প বাছক.;
We were go home tomorrow.
We will go home tomorrow.
We will went home tomorrow.
We will goes home tomorrow.
'তেওঁ 2015 ত দিল্লীলৈ যাব.' ৰ ইংৰাজীত অনুবাদ কি হ'ব?শুদ্ধ বিকল্প বাছক.;
He will goes to Delhi in 2015
He go to Delhi in 2015
He will went to Delhi in 2015
He will go to Delhi in 2015
'আমি আজি ৰাতিৰ আহাৰ খাম.' ৰ ইংৰাজীত অনুবাদ কি হ'ব?শুদ্ধ বিকল্প বাছক.;
We will have dinner tonight.
We have dinner tonight.
We will have to dinner tonight.
We did not have dinner tonight.
উপযুক্ত শব্দ বাছি খালি ঠাই পূৰণ কৰক.
She ______
will danced
will dance
will dances
will do dance
'ভৱিশ্যৎ কালত ক্ৰিয়াৰ বৰ্তমান ৰূপেই কামত আহে, ৱিশেষ্য একবচন হয় বা বহুবচন সলনি হোৱা ৰূপ নাহে'^~^'typefacestyle'
english অসমীয়া short form
i will dance মই নৃত্য কৰিম ill dance
you will dance আপুনি নৃত্য কৰিব youll dance
she will dance তাই নৃত্য কৰিব shell dance
he will dance সি নৃত্য কৰিব hell dance
we will dance আমি নৃত্য কৰিম well dance
they will dance সিহঁতি নৃত্য কৰিব theyll dance
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We ______
are watch
will watched
will watches
will watch
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I ______
asks
will asks
will ask
will asked
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
They ______
will try to come
will try to came
will tried to come
will try to comes
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
The train ______
leave
will leave
will left
will live
পাঠ আঠটা বজাত আৰম্ভ হব.
মই দৰ্জা খুলি দিম.
মই ষ্টেচনলৈ ড্ৰাইভ কৰি যাম.
মই তোমাক সহায় কৰিম
তেওঁলোক ঘৰলৈ আহিব.
তাই দেওবাৰে আমাৰ ঘৰত থাকিব.
    • can
    • she
    • on Sunday.
    • at our place
    • stay
    • will
    আমি কালি নোলাওঁ.
    • leave
    • will be
    • will
    • tomorrow.
    • we
    • not
    তেওঁলোকৰ কামলৈ দেৰি হৈ যাব.
    • late
    • will
    • for work.
    • be
    • later
    • they
    মই ৫০ জন লোকক আমন্ত্ৰণ কৰিম.
    • invite
    • I am
    • invites
    • 50 people.
    • I will
    • 50 peoples.
    আমি কালি ৰাতিপুৱা গৈ পাম.
    • tomorrow
    • reach
    • we will
    • morning.
    • reached
    • we can
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ