Myself, Himself, Yourself - Reflexive Pronouns
try Again
Tip1:hello
Lesson 97
Myself, Himself, Yourself - Reflexive Pronouns
উপায়
মই নিজক কটাৰী দি আহত কৰিলো. = I hurt myself with a knife.
যদি কোনো ব্যক্তিৰ দ্বাৰা কৰা কামৰ পৰিণাম সেই জনেই পায়, তেনেহলে reflexive pronoun ব্যবহাৰ কৰা হয়.
=
ইয়াত কাম কৰা জন ব্যক্তি 'I' হয় আৰু কামৰ পৰিণাম (আহত কৰা) সি পাইছে, সেই বাবে myself (reflexive pronoun) ব্যবহাৰ কৰা হৈছে.
Myself, yourself, himself, herself আৰু itself একবচন reflexive pronoun হয়. Ourselves, yourselves, themselves আদি বহুবচন reflexive pronoun হয়.
উপায়
নিত্যাই নিজেই কাপোৰ পিন্ধে, যদিও তাই মাত্ৰ দুই বছৰৰ. = Nitya dresses herself although she is only two years old.
Reflexive pronouns 'ৰ ব্যবহাৰ অসাধাৰণ কাৰ্য্যৰ (unusual events) বাবে কৰা হয়.
=
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
I hurt ______
myself
himself
me
my
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
Tom cut ______
myself
himself
him
my
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
She is old enough to wash ______
myself
her
himself
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
We did not enjoy ______
ourself
herself
ourselves
themselves
প্ৰযোজ্য শব্দ লৈ খালী ঠাই পূৰণ কৰক.
You should control ______
herself
myself
yourself
themselves
'তাই নিজৰ বাবে উপহাৰ এটা কিনিলে.' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
She bought a gift for her.
She bought a gift for herself.
She bought a gift for myself.
She bought a gift for yourselves.
'তাই নিজৰ বিষয়ে বহুত বেছিকৈ ভাবে.' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
She thinks very highly of her.
She thinks very highly of herself.
She thinks very highly of herselves.
She thinks very highly of hers.
'সি নিজক বুজি নাপায়.' ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
He couldn't understand himself.
He couldn't understand him.
He couldn't understand his.
He couldn't understand he.
'তেওঁলোকে নিজক কঠিন পৰিশ্ৰম কৰিবলৈ জোৰ দিব লাগে.' ৰ ইংৰাজী অনুবাদ চয়ন কৰক.;
They must force themselves to work hard.
They must force ourselves to work hard.
They must force yourselves to work hard.
They must force theyselves to work hard.
'মই নিজকে কাটিলো.' 'ৰ ইংৰাজী অনুবাদ কি হব? শুদ্ধ বিকল্প চয়ন কৰক.;
I have cut herself.
I have cut yourselves.
I have cut himself.
I have cut myself.
তেওঁলোকে নিজেই খানা বনাব লাগিব.
উপায়
=
যেতিয়া আমি কোনো প্ৰসিদ্ধ মানুহ বা ব্যক্তিৰ বিষয়ে কওঁ, তেতিয়াও reflexive pronoun ব্যবহাৰ কৰা হয়.
=
কোটা নিজেই এখন বহুত সৰু নগৰ. = Kota itself is quite a small town.
মই নিজকে কাঁচত দেখিলো.
    • myself
    • himself
    • in the mirror.
    • I
    • me
    • saw
    তেওঁলোক নিজৰ শুশ্ৰূষা কৰিব নোৱাৰে.
    • them
    • look after
    • they
    • ourselves.
    • themselves.
    • cannot
    আপুনি নিজৰ সহায় কৰিব পাৰিব নে?
    • your
    • themselves?
    • help
    • helped
    • yourself?
    • can you
    আমি এইটো নিজেই কৰি লম.
    তাই নিজৰ লগত কথা পাতে.
    উপায়
    =
    Yourself = নিজেই/নিজক
    Yourselves = নিজেই/নিজক
    দুয়ো শব্দৰ অৰ্থ একেই কিন্তু yourself 'ৰ ব্যবহাৰ এজন ব্যক্তিৰ বাবে আৰু yourselves 'ৰ ব্যবহাৰ এজনতকৈ বেছি ব্যক্তিৰ বাবে কৰা হয়.
    Eg: ৰাম, তুমি নিজেই নিজৰ সহায় কৰিব পাৰিবা = Ram, you can help yourself.
    ইয়াত ৰাম একবচন হয় সেই বাবে yourself ব্যবহাৰ কৰা হৈছে
    তুমালোকে নিজেই নিজৰ সহায় কৰিব পাৰিবা = You all can help yourselves
    ইয়াত 'তুমালোকে' বহুবচন হয় সেই বাবে yourselves ব্যবহাৰ কৰা হৈছে.
    =
    =
    !
    শুনক
    উপায়
    পৰৱৰ্ত্তী শব্দ